কভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে এটা অতি অমানৱীয় ঘটনা। GMCHত কভিডত মৃত্যু হোৱা ৰোণিকী ভূঞা দত্ত নামৰ এগৰাকী মহিলাৰ আ-অলংকাৰ লৈ গ'ল মৃতদেহ শ্মশানলৈ নিয়া এম্বুলেন্সৰ চালকে। অভিভাৱক নথকাৰ সুযোগ লৈ জেহিৰুল হক নামৰ লোকজনে লৈ গ'ল মূল্যৱান আ-অলংকাৰ। অভিভাৱক বুলি GMCHত স্বাক্ষৰ কৰিছিল জেহিৰুল হকে। পৰিয়ালে এই সন্দৰ্ভত আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। GMCH কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ স্বামীৰ Like the official facebook page of News Live: https://www.facebook.com/newslivetvofficial/ Follow News Live on twitter: https://twitter.com/NewsLiveGhy Connect to our instagram account: https://www.instagram.com/newsliveghy/ Visit our website for all news updates: http://newslivetv.com/

#NewsLive#NewsLiveAssam#AssamNews#NewsLiveBreaking#GuwahatiNews#NeNews#NewsLiveChannel