ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ কামৰূপী লোকগীত। লোকসংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ উদ্দেশ্যে ডি ডি নেচনেলে আয়োজন কৰা Symphony of India নামৰ সংগীতানুষ্ঠানত অসমৰ কন্ঠশিল্পী তুষাৰ অৰ্জুনে কামৰূপী লোকগীত পৰিৱেশন কৰি সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। #ddnational #prasarbharti #symphonyofindia #folksong #kamrupilokogeet #assamesefolkmusic #ddnewsassam #ddnewsassamese